এসাঁজ ভাতৰ বাবে কান্দিছে এইখন দেশে, দুৰ্ভিক্ষই কোঙা কৰা এক জীৱন্ত ছবি!

দুৰ্ভিক্ষসদৃশ পৰিস্থিতি যুদ্ধ জৰ্জৰ আফগানিস্তান। ক্ষুধাৰ সন্মুখীন হৈছে দেশখনৰ অৰ্ধসংখ্যক জনতা। ক্ষুধাৰ্ত দেশখনৰ ২০ নিযুত লোক। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ। যুদ্ধ জৰ্জৰ দেশখনত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ। তীব্ৰ খাদ্য সংকটত ভুগিছে দেশখন। উল্লেখ্য যে তালিবানৰ শাসনত আছে দেশখন। বিভিন্ন ৰাষ্ট্ৰৰ মানৱীয় সাহায্যৰ অবিহনে অধিক অৱনতি ঘটিব দেশখনৰ পৰিস্থিতিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...