প্ৰতিবাদকাৰীক দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ!

শ্ৰীলংকাত প্ৰতিবাদকাৰীক দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ। ৰাজহুৱা সম্পদ ধ্বংসকাৰীক গুলীওৱাৰ নিৰ্দেশ প্ৰশাসনৰ। অধিক অৱনতি ঘটিছে শ্ৰীলংকাৰ পৰিস্থিতি। বিক্ষোভ দমনৰ বাবে কঠোৰ চৰকাৰ। একেদিনাই সাতজন লোক নিহত হোৱাৰ লগতে হতাহত দুই শতাধিক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাৰ লাঠিচাৰ্জ, গুলীচালনা। জনতাৰ ৰোষৰ বলি হৈছে জনপ্ৰতিনিধি। প্ৰধানমন্ত্ৰীকে ধৰি বহু ৰাজনৈতিক নেতাৰ বাসগৃহত অগ্নিসংযোগ। পৰিয়ালসহ পলায়ন কৰিবলৈ বাধ্য প্ৰধানমন্ত্ৰী ৰাজাপাকছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...