মানকাচৰত পুনৰ মুখ্যমন্ত্ৰী তদাৰকীৰ দল, পুনৰ গ্ৰেপ্তাৰ হ’ব নেকি গাঁওবুঢ়া?

মানকাচৰত পুনৰ মুখ্যমন্ত্ৰী তদাৰকী শাখা দল উপস্থিত। দুজনীয়া দল আহি উপস্থিত হৈছে হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত। গাঁওবুঢ়া নিযুক্তি আৰু ভূমি কেলেংকাৰীৰ ওপৰত তদন্ত চলাবলৈ উপস্থিত হৈছেগৈ দলটো। ইতিমধ্যে তদন্তৰ পিছতে সমগ্ৰ জিলাখনতে হৈ চৈৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...