মুকলি আকাশৰ তললৈ, জামিন লাভ কৰিলে নীলিম মহন্তই!

জামিন লাভ কৰিলে নীলিম মহন্তই। অৱশেষত মুকলি আকাশৰ তললৈ নীলিম মহন্ত! সন্ধিয়াৰ ভাগত গৃহ চহৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। দুদিন পূৰ্বে লখিমপুৰ আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নীলিম মহন্তক।

অৰুণাচল প্ৰদেশৰ সচিবালয়ৰ দেৱালত NO MORE DAMS বুলি চিত্ৰাংকন কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল নীলিমক। NHPCৰ বৃহৎ নদীবান্ধৰ তীব্ৰ বিৰোধ কৰি চিত্ৰাংকন কৰিছিল নীলিম মহন্তই। অৰুণাচলৰ ঐতিহ্যৰ গৰিমাত আঘাত হনাৰ অভিযোগ। চিত্ৰশিল্পীগৰাকীক গ্ৰেপ্তাৰৰ পিছতে সকলোৱে একেমুখে গৰিহণা দিছিল। শীঘ্ৰে মুক্তিৰ দাবীৰে চৰকাৰৰ কাৰ্যক ধিক্কাৰ দিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অগ্নিদগ্ধ হৈ একে পৰিয়ালৰ ২ শিশুসহ ৭ জনৰ মৃত্যু

মুম্বাইত পুৱা ভয়ংকৰ অগ্নিকাণ্ড। চেম্বুৰৰ সিদ্ধাৰ্থ নগৰৰ এটা দুমহলীয়া...

পুখুৰীত পৰি থকা বাহনৰ ভিতৰত উদ্ধাৰ এটা মৃতদেহ

নলবাৰীৰ শোলমাৰাত চাঞ্চল্যকৰ ঘটনা। পুখুৰীত পৰি থকা বাহনৰ ভিতৰত...

শোকাৱহ! নাও ডুবি মৃত্যু ৭৮জন লোকৰ

পুনৰ সংঘটিত হ'ল আন এক শোকাৱহ ঘটনা। এইবাৰ বৃহৎ...

ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত প্ৰায় ৩০জনকৈ লোক

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ'ল উত্তৰাখণ্ড। দুৰ্ঘটনাগ্ৰস্ত বিবাহযাত্ৰীৰ বাছ। দুৰ্ঘটনাত...