২০২১ত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ১৮০জন সন্ত্ৰাসবাদী

২০২১ বৰ্ষত ১৮০জনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু ঘটিছে। যোৱা বছৰত সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে অহৰহ পদক্ষেপ গ্ৰহণ কৰিছিল নিৰাপত্তাৰক্ষীয়ে। লোকসভাত এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। চলিত বছৰতো কূটাঘাতমূলক কাৰ্য ৰোধৰ বাবে তত্পৰ হৈছে নিৰাপত্তাৰক্ষী। সীমান্তৰে অনুপ্ৰৱেশ যাতে কোনো কাৰণতে হব নোৱাৰে তাৰ বাবে সময়ে সময়ে অভিযান অব্যাহত ৰখা হৈছে। পাকিস্তান সীমান্তৰে ভাৰতত অবৈধভাবে প্ৰৱেশ কৰা কেইবাজনো অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰিছে। আনহাতে, আৰক্ষী, অৰ্ধ সামৰিক বাহিনীক লক্ষ্য কৰি লোৱা কেইবাজনো সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দিছে নিৰাপত্তাৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...