ৰুছৰ আক্ৰমণত খাৰ্কিভৰ আৰক্ষী মুখ্য কাৰ্যালয় বিধ্বস্ত

  • খাৰ্কিভৰ আৰক্ষী মুখ্য কাৰ্যালয় ৰুছ আক্ৰমণত বিধ্বস্ত
  • খাৰ্কিভৰ এয়াৰফ’ৰ্চ ইউনিভাৰ্ছিটীতো প্ৰচণ্ড আক্ৰমণ
  • খেৰ্চান বিমানবন্দৰৰ ওচৰত প্ৰচণ্ড বিস্ফোৰণ
  • খেৰ্চান সম্পূৰ্ণৰূপে দখল কৰাৰ দাবী ৰুছ প্ৰতিৰক্ষা মন্ত্ৰীৰ
  • বিগত ২৪ ঘণ্টাত খাৰ্কিভত ২১জন ইউক্ৰেইনিয়ানৰ মৃত্যু
  • তুৰস্কৰ পৰা ইউক্ৰেইনে লাভ কৰিছে বহুসংখ্যক ড্ৰ’ন
  • ইউক্ৰেইনত সমুখ সমৰৰ লগতে অব্যাহত উভয় পক্ষৰ শক্তিৰ প্ৰচাৰ
  • জেলেনস্কীৰ দাবী – ৬ দিনত নিহত প্ৰায় ৬ হাজাৰ ৰুছ সৈন্য
  • ৫,৮৪০ ৰুছ সৈন্য নিহত: ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়
  • ‘ৰাছিয়াৰ ২২১খন টেংক, ৩০খন বিমান, ৩১খন হেলিকপ্টাৰ ধ্বংস’
  • ৰুছ বাহিনীৰ ৮৬২খন সশস্ত্ৰ বাহনো ধ্বংস কৰাৰ দাবী ইউক্ৰেইনৰ
  • বিপৰীতে ৰাছিয়াৰ দাবী – ইউক্ৰেইনৰ ১৫০২ সামৰিক ঘাটি ধ্বংস
  • ইউক্ৰেইনিয়ান বাহিনীৰ ৪৭২খন টেংক ধ্বংস হোৱাৰো দাবী
  • এখন ৰুছ T-80 টেংক নিজৰ নিয়ন্ত্ৰণলৈ নিলে ইউক্ৰেইনিয়ান সৈন্যই
NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...