এসপ্তাহ ধৰি অসমসহ উত্তৰ-পূবত হ’ব বৰষুণ!

অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী। সোমবাৰৰ পৰা অসমসহ উঃ-পূবত মুষলধাৰ বৰষুণৰ আগলী বতৰা বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক এসপ্তাহলৈ গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত অসমৰ লগতে মেঘালয় আৰু নাগালেণ্ডতো বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে। অৰুণাচলৰ কোনো কোনো প্ৰান্ততো ধুমুহা-বৰষুণৰ আগলি বতৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...