বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ। পৰ্যায়ক্ৰমে মুকলি কৰি দিয়া হ’ব দেশৰ সকলো শিক্ষানুষ্ঠান। ক’ভিডৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ বাবে ছাত্ৰ ছাত্ৰীৰ দুটাকৈ শিক্ষাবৰ্ষ ক্ষতি হোৱাৰ পিছত চৰকাৰে মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে।

শীঘ্ৰে এই সন্দৰ্ভত SOP প্ৰকাশ পাব। বিভিন্ন ৰাজ্যত উত্থাপিত হৈছে স্কুল-কলেজ খুলি দিয়াৰ দাবী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘প্ৰতিবাদ কৰা মানেই জেন জি দেশবিৰোধী নহয়, তেওঁলোক আমাৰেই সন্তান’: ছাত্ৰ প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়া সম্পৰ্কে RSS প্ৰধান মোহন ভাগৱত

শেহতীয়াকৈ শিক্ষাৰ্থীসকলে কৰা আন্দোলন আৰু প্ৰতিবাদকাৰীসকলক 'দেশবিৰোধী' বুলি দিয়া...

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ; বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীলৈ সাহায্য ঘোষণা

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত...

থাইলেণ্ডত ফুটবল মেচ চলি থকাৰ সময়তে বজ্ৰপাত: ২৪ বছৰীয়া ফুটবলাৰৰ কৰুণ মৃত্যু, আহত আন ১২ জন

থাইলেণ্ডৰ দক্ষিণাঞ্চলৰ নাৰাথিৱাত প্ৰদেশৰ ছুংগাই গোলক চহৰৰ শান্তিপাপ ষ্টেডিয়ামত...