নাবাঢ়ে কাপোৰৰ দাম, দেশজোৰা প্ৰতিক্ৰিয়াৰ পিছত গা লৰিল চৰকাৰৰ

দেশত বৃদ্ধি নাপায় কাপোৰৰ দাম। কৃষি আইনৰ পিছত কাপোৰৰ GST বৃদ্ধি নকৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। জিএছটি পৰিষদে শুকুৰবাৰে জিএছটি পৰিষদৰ বৈঠকত বস্ত্ৰৰ ওপৰত বৰ্ধিত কৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিছে। ৫ শতাংশৰ পৰা প্ৰস্তাৱিত ১২ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত পিছুৱাই দিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল জিএছটি পৰিষদৰ ৪৬সংখ্যক বৈঠক। এই বৈঠকত বৃদ্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। চৰকাৰৰ সিদ্ধান্তৰ পিছতে দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিম্বাবুৱে ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দল ঘোষণা: বাদ পৰিল সঞ্জু ছেমচন, স্থান পালে ১৫ বছৰীয়া ‘অৰেঞ্জ কেপ’ বিজয়ী বৈভৱে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) জিম্বাবুৱেৰ বিৰুদ্ধে হ’বলগীয়া আগন্তুক...

অযোধ্যাৰ ৰাম মন্দিৰত ধন আত্মসাতৰ অভিযোগ: চম্পত ৰায় আৰু অনিল মিশ্ৰৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰত দান-বৰঙণি আত্মসাতৰ অভিযোগৰ মাজতে...