১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব বিদ্যুতৰ মাচুল!

  • নতুন বছৰত বৃদ্ধি পাব বিজুলীৰ মাচুল
  • APDCLৰ ঘাটিৰ জোৰা-টাপলি মাৰিবলৈ এই প্ৰস্তাৱ
  • নিৰিখ বৃদ্ধিৰ বাবে বিদ্যুৎ নিয়ামক আয়োগক আবেদন APDCLৰ
  • জীৱন ধাৰাৰ আঁচনিৰ অধীনত গ্ৰাহকৰ পৰা গধুৰ উদ্যোগলৈকে সকলো শাখাত বৃদ্ধি
  • জীৱন ধাৰাৰ ফিক্সড চাৰ্জ ২০ টকাৰ পৰা ৪০ টকা কৰাৰ প্ৰস্তাৱ
  • বৰ্তমান প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৭.৫৫ টকা
  • সিদ্ধান্ত হৈছে ২ টকা বৃদ্ধিৰ
  • অৰ্থাৎ বৰ্তমানৰ ৭.৫৫ টকাৰ পৰিৱৰ্তে হ’বগৈ ৯.৫৫ টকা
  • জীৱন ধাৰাৰ অধীনত আদায় দি আহিছে ৪.২৫ টকা
  • APDCLয়ে নিৰ্ধাৰণ কৰিবলৈ বিচাৰিছে ৬ টকাকৈ
  • জীৱন ধাৰাৰ প্ৰতি ইউনিটত ১.৭৫ টকাকৈ
  • ঘৰুৱা সংযোগৰ ফিক্সড চাৰ্জ ২৫ টকা বৃদ্ধিৰ প্ৰস্তাৱ
  • বাণিজ্যিক সংযোগৰ ফিক্সড চাৰ্জ ২০ টকা বৃদ্ধি
  • বাণিজ্যিক সংযোগৰ মাচুল ১.৫০ টকাৰ বৃদ্ধিৰ প্ৰস্তাৱ
  • কৃষি সংযোগৰ ফিক্সড চাৰ্জ .২৫ টকা বৃদ্ধিৰ প্ৰস্তাৱ
  • ক্ষুদ্ৰ, মজলীয়া, বৃহৎ উদ্যোগৰো মাচুল বৃদ্ধি
  • পানী যোগান, শিক্ষানুষ্ঠান, ৰে’লৱে, জলসিঞ্চনৰ মাচুল বৃদ্ধি
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...