PSO সন্দৰ্ভত শীঘ্ৰে আহিব নতুন নিৰ্দেশনা; DGPৰ ঘোষণা

PSO সন্দৰ্ভত শীঘ্ৰে আহিব নতুন SOP। PSO প্ৰদানক লৈ SOP প্ৰস্তুত কৰিছে অসম আৰক্ষীয়ে। PSOক লৈ এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ। অনাৱশ্যকভাৱে আৰক্ষী য’তে-ত’তে লাগি থকাৰ ফলত আৰক্ষীৰ প্ৰকৃত কাম ব্যাহত হৈছে। ৰাইজৰ সেৱা কৰিবৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে। ৰাইজৰ সেৱাত যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে অনাৱশ্যক PSO কৰ্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব অসম আৰক্ষীয়ে। শীঘ্ৰে বিভিন্ন ক্ষেত্ৰত আমূল পৰিৱৰ্তন আহিব বুলি মন্তব্য আৰক্ষী সঞ্চালক প্ৰধানৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...