ওদালগুৰিত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক অভিযোগ
- বাকচ সলনি কৰিছিল BTC নিৰ্বাচনত
- প্ৰশাসনৰ লোকে নিশাই বাকচ সলনি কৰি হৰুৱাইছিল BPFক
- BTCত সকলো লোকে মাটিৰ কিনা-বেচাৰ অধিকাৰ পাব লাগে
- অনা বড়ো বা জনজাতীয় লোকৰ বাহিৰে সাধাৰণ লোকৰ বাবেও মাটিৰ অধিকাৰ মুকলি কৰিব লাগে।
- নহ’লে প্ৰমোদ বড়ো চৰকাৰৰ সিদ্ধান্তৰ বাবে পুনৰ আন্দোলনৰ সূচনা হ’ব।
- প্ৰমোদ বড়োৱে চৰকাৰ চলাবলৈ নোৱাৰা বাবেই উপায়ুক্তসকললৈ ক্ষমতা হস্তান্তৰ কৰিব লগীয়া হৈছে।
- প্ৰমোদ বড়ো চৰকাৰ অহাৰ লগে লগে চৰকাৰী আঁচনিত ৩০-৩৫ শতাংশলৈ কমিচনৰ বজাৰ চলা বুলি অভিযোগ হাগ্ৰামা মহিলাৰীৰ।