দোলাইগাঁৱত জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান, জালত ৯ জুৱাৰী

বঙাইগাঁও জিলাৰ দোলাইগাঁৱত জুৱাৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান। অভিযানত গ্ৰেপ্তাৰ ৯জনকৈ জুৱাৰী। ধৃত জুৱাৰী বিশ্বজিত ৰায়, ৰতন ব্ৰহ্ম, পৰেশ দাস, লোকেন বৰ্মন, সুৰত ৰায়, সম্বাৰু ৰাম ৰায়, ভাৰত মহাতো, ভাটো ৰায়, আৰু পৰমেশ্বৰ ব্ৰহ্ম। অভিযানত বুজন পৰিমানৰ জুৱা খেলা সামগ্ৰী জব্দ। লগতে জব্দ ৭৫ হাজাৰ নগদ ধন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মহাকাশৰ পৰা অহাৰ পিছত কি হ’ব সুনীতা উইলিয়ামছৰ?

কেইটামান ঘণ্টাৰ পিছতেই অপেক্ষাৰ অৱসান ঘটিব। পৃথিৱীলৈ উভতি আহিব...

৯ মাহে মহাকাশত কি খাই আছিল সুনীতা উইলিয়ামছে?

৯ মাহে মহাকাশত কি খাই আছিল সুনীতা উইলিয়ামছে? সুনীতা...

মহাকাশবন্দী হৈ থাকিবলগীয়া হোৱা বাবে সুনীতা উইলিয়ামছে অতিৰিক্ত দৰমহা লাভ কৰিবনে?

সুনীতা উইলিয়ামছে মহাকাশ অভিযানৰ সময়ত নাছাই আগবঢ়োৱা নিয়মিত দৰমহা...

চন্দ্ৰযান-৫ অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিলে অনুমোদন

পুনৰ জোনবাইৰ বুকুলৈ মহাকাশযান পঠিয়াবলৈ সাজু হৈছে ISRO। চন্দ্ৰযান-৫...