ফায়াৰ মেনৰ আতংক, ফায়াৰ মেনে হঠাতে অগ্নিসংযোগ কৰে মানুহৰ ঘৰত

এইবাৰ ফায়াৰ মেনৰ আতংকত এখন গাঁও। ফায়াৰ মেনে হঠাতে অগ্নিসংযোগ কৰে মানুহৰ ঘৰত। নগৰবেৰাৰ নতুন বদলা গাঁৱত চাঞ্চল্যকৰ ঘটনা। ঘৰত কোনো নাথাকিলেই গোপনে অগ্নিসংযোগ কৰি গুচি যায় অচিনাকী দূৰ্বৃত্ত। গাঁওখনত তিনিদিনত চাৰিটাকৈ পৰিয়ালৰ খৰিৰ দ’মত অগ্নিসংযোগ কৰে দূৰ্বৃত্তই। টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত নতুন বদলা গাঁৱৰ শিৰাজুল হক, বাসান আলী আব্দুল জুব্বাৰ আৰু মমিন আলীৰ চোতালত থকা মৰাপাটৰ খৰিৰ ধমত গোপনে অগ্নিসংযোগ কৰি পলায়ন কৰে দূৰ্বৃত্তই। ঘটনা সন্দৰ্ভত টুপামাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...