ৰাজ্যজুৰি আশা কৰ্মীৰ প্ৰতিবাদ, কাৰণ কি?

0 47

ৰাজ্যজুৰি ন্যায্যপ্ৰাপ্তিৰ দাবীত আশা কৰ্মীৰ প্ৰতিবাদ। মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে আশা কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী। বিধানসভাৰ বাজেট অধিবেশনত মন্ত্ৰী অজন্তা নেওগে ৰাজ্যত শিশুৰ মাতৃৰ মৃত্যুৰ হাৰ কমোৱাৰ ক্ষেত্ৰত অংগনবাড়ী কৰ্মীসকলৰ অৰিহণা অধিক বুলি মন্তব্য কৰি আশা কৰ্মীসকলৰ ভূমিকাক এক প্ৰকাৰ গুৰুত্বহীন কৰাৰ অভিযোগ। জামুগুৰিহাটৰ উত্তৰ জামুগুৰি চিকিংসালয়ৰ চৌহদতো বিত্ত তথা সমাজ কল্যাণ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে আশা কৰ্মীসকলে।

Leave A Reply

Your email address will not be published.