দোলাইগাঁৱত জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান, জালত ৯ জুৱাৰী

বঙাইগাঁও জিলাৰ দোলাইগাঁৱত জুৱাৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান। অভিযানত গ্ৰেপ্তাৰ ৯জনকৈ জুৱাৰী। ধৃত জুৱাৰী বিশ্বজিত ৰায়, ৰতন ব্ৰহ্ম, পৰেশ দাস, লোকেন বৰ্মন, সুৰত ৰায়, সম্বাৰু ৰাম ৰায়, ভাৰত মহাতো, ভাটো ৰায়, আৰু পৰমেশ্বৰ ব্ৰহ্ম। অভিযানত বুজন পৰিমানৰ জুৱা খেলা সামগ্ৰী জব্দ। লগতে জব্দ ৭৫ হাজাৰ নগদ ধন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...

গুজৰাটত টকাৰ বৰষুণ…

গুজৰাটত টকাৰ বৰষুণ। এজন কণ্ঠশিল্পীক ডিঙিলৈকে ওপচালে টকাৰে। এটা...