দ্য কাশ্মীৰ ফাইলচ চোৱা কৰ্মচাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্ধছুটী

দেশজুৰি চৰ্চিত এখন চিনেমা দ্য কাশ্মীৰ ফাইলচ। এই চিনেমাখন চাবলৈ বিচৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, অধ্যাপকক দিয়া হ’ব অৰ্ধছুটী। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক জাননী যোগে জনাইছে এই কথা।

ইতিমধ্যেই ছবিখন চাবলৈ চৰকাৰী কৰ্মচাৰীসকলক অৰ্ধছুটি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ পিছতেই বিশ্ববিদ্যালয়খনে লৈছে এই সিদ্ধান্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...