ইমাৰজেন্সী চিনেমাখনত কংগনা ৰানাৱটৰ সৈতে অভিনয় কৰিব বাবুল নাথে

কংগনা ৰানাৱটৰ সৈতে অভিনয় কৰিব অসমৰ বাবুল নাথে। বোকাখাতৰ আমটেঙাৰ লোকজনে ইমাৰজেন্সী চিনেমাখনত ভাৰতীয় সেনাৰ চৰিত্ৰত অভিনয় কৰিব। বহুচৰ্চিত চিনেমাখনৰ শ্বুটিং অব্যাহত আছে বোকাখাতত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...

আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা।

অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা। অনাগত দুটা...