ড্ৰাগছ সেৱনৰ বাবেই মই কৰিছিলো চুৰি, গুণ্ডাগিৰী…

‘ড্ৰাগছৰ বাবেই মই হেৰুৱাই পেলালো মোৰ পৰিয়াল’

‘ড্ৰাগছৰ বাবেই মা-দেউতাৰ বিশ্বাস হেৰুৱাব লগা হ’ল’…

গুৱাহাটী, ৫ জুন, NKTV: তেওঁলোক আজি অনুতপ্ত। এটা সময়ত বৰবিহ সদৃশ ড্ৰাগছ, বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰিছিল এওঁলোকে। যাৰ পৰিণতিত কিমান ভয়াৱহ, কিমান দুষ্কাৰ্য কৰিছিল সেই কথা এতিয়া মৰ্মে মৰ্মে উপলব্ধি কৰিছে তেওঁলোকে। ড্ৰাগছৰ সেৱনৰ ফলত তেওঁলোকে হেৰুৱাই পেলাইছিল পত্নী,পৰিয়াল, আত্মীয়-কুটুম। কোনোৱে আকৌ ড্ৰাগছ কিনিবৰ বাবে কৰিছিল চুৰি…

এটা বাসগৃহত এদল ড্ৰাগছ আসক্ত যুৱক। কেনেকৈ এগৰাকী মাতৃ আৰু পুত্ৰই সেই ড্ৰাগছ আসক্তকলৈ আৰম্ভ কৰিছে এখন যুদ্ধ? চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...