গৌৰীসাগৰৰ ১নং ৰূপহী মুখ মিচিং গাঁৱত আজৱ ঘটনা

জীয়েকক ৰাইজে দাবী কৰা বিদ্যালয়ত নামভৰ্তি নকৰাৰ বাবেই এঘৰীয়া কৰিলে এটা পৰিয়ালক। গৌৰীসাগৰৰ ১নং ৰূপহী মুখ মিচিং গাঁৱত আজৱ ঘটনা। কনক টাওৱে জীয়েকক ৮৮০নং মিৰি প্ৰাথমিক বিদ্যালয়লৈ বদলি নকৰাাৰ বাবেই এঘৰীয়া কৰাৰ অভিযোগ। সামাজিকভাবে এঘৰীয়া কৰাৰ লগতে পথাৰলৈ যোৱাতো বাধা প্ৰদান গাঁওবাসীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আন এক ডাঙৰ সফলতা: ‘অগ্নি-৪’ পাৰমাণৱিক বেলাষ্টিক মিছাইলৰ সফল পৰীক্ষণ

ভাৰতে ওড়িশাৰ চান্দীপুৰত থকা সংৰক্ষিত পৰীক্ষণ কেন্দ্ৰৰ (Integrated Test...

NEET-UG প্ৰশ্নকাকত ফাদিল কাণ্ড: CBIৰ চাৰ্জশ্বীটত নাম সাঙোৰ খাইছে NTAৰ ৩ গৰাকী বিষয়-বিশেষজ্ঞৰ

NEET-UG 2026ৰ প্ৰশ্নকাকত ফাদিল সংক্ৰান্তত কেন্দ্ৰীয় তদন্ত সংস্থা (CBI)ই...

এতিয়াৰে পৰা বিনামূলীয়া হৈ নাথাকে UPI সেৱা! লোকসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক

ইউনাইটেড পেমেণ্টছ ইণ্টাৰফেচ (UPI) আৰু অন্যান্য সূচিত ইণ্ডিয়া ইলেকট্ৰনিক...