আজি বিশ্ব ফুটবল দিৱস

বিশ্ব ফুটবল দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ লখৰাৰ উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত ,উদয়ন কৃষ্টি কৰ্মকৰ্তাৰ লগতে ৰেইনৱো ফুটবল ক্লাৱে সহযোগ কৰে।

অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে ৰেলী কৰে। উল্লেখযোগ্য যে ১৯২৪ চনত আজিৰ দিনটোতে আৰম্ভ হৈছিল পেৰিছিত প্ৰথম আন্তৰাষ্ট্ৰীয় ফুটবল খেল। বিশ্বত এইবাৰে প্ৰথম বাৰৰ বাবে পালন কৰা হৈছে বিশ্ব ফুটবল দিৱস।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...