ডি আই বাহনেৰে কাঠ সৰবৰাহ, ১ লাখ টকাৰ কাঠ জব্দ

পলাশবাৰীৰ দখলাত অবৈধ চোৰাংকাঠ জব্দ । পলাশবাৰীৰ দখলাৰ পৰা লোহাৰঘাট বনাঞ্চলিক কাৰ্য্যলয়ে জব্দ কৰে চোৰাংকাঠসহ এখন বাহন। নিশা আন্ধাৰৰ সুযোগ লৈ দুখনকৈ ডি আই বাহনেৰে কাঠ সৰবৰাহ কৰি থকাৰ খবৰ পাই জব্দ কৰাৰ চেষ্টা চলাই যদিও এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়।

AS-01-AC-1882 নম্বৰৰ মহিন্দ্ৰা পিকআপ বাহনখন জব্দ কৰে লোহাৰঘাট বনাঞ্চলিক বিষয়াই। দখলাঘাটৰ পৰা জব্দ কৰা বাহনখনত আছিল ননশাল কাঠ। জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় ১ লাখ টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...