উইল স্মিথে ক্ৰিছ ৰকক শোধালে প্ৰচণ্ড চৰ! চাওক ভিডিঅ’

সকলোকে আচৰিত কৰি তোলা এক ঘটনা। চলি আছিল অস্কাৰ ২০২২ প্ৰদান অনুষ্ঠান। তেনেতেই সংঘটিত হয় সেই আচৰিত ঘটনাটো।

অস্কাৰ ২০২২ অনুষ্ঠানৰ মাজতে হঠাত্ উইল স্মিথে প্ৰচণ্ড চৰ শোধায় ক্ৰিছ ৰকক। যি দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। শ্ৰেষ্ঠ ডকুমেণ্টৰী ফিচাৰৰ অস্কাৰ বঁটা প্ৰদান কৰিবলৈ গৈছিল মঞ্চলৈ। সেই সময়তে ক্ৰিছে কৰা এক মন্তব্যক লৈ ক্ষুব্ধ হৈ পৰে উইল স্মিথ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...