এইবাৰ বিহু মঞ্চত মহেন্দ্ৰ হাজৰিকাৰ সৈতে থাকিব নেকি কৰিশ্মা নাথ?

‘কৰিশ্মাক মোৰ লগত সংগীত পৰিৱেশন কৰোৱাৰ কথা ভাবি আছোঁ’
‘ইমান শিকিবলৈ বিচৰা ছোৱালীজনীক মানুহে বেয়া পোৱাতো অনুচিত’
‘নিগেটিভটো কেনেকৈ পজিটিভ কৰিব পাৰি… আমি চাব লাগিব’
‘কোনোবাই অৱহেলা কৰা প্ৰতিভাৰ আকৰত মই হাত থৈ ভাল পাওঁ’
কৰিশ্মা নাথ সন্দৰ্ভত শিল্পী মহেন্দ্ৰ হাজৰিকাৰ মন্তব্য

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIT গুৱাহাটীৰ বিশেষ সফলতা: কচু গছ আৰু ‘জিগ-জেগ’ প্ৰযুক্তিৰে পশুপালন ফাৰ্মৰ প্ৰদূষিত পানী শোধনৰ অভিনৱ উপায়

পশুপালন খণ্ডৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে বৃদ্ধি পোৱা পৰিৱেশ প্ৰদূষণ ৰোধৰ...

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ মালবাহী জাহাজ; বগীবিলত জাহাজ ঘাটত শুভাৰম্ভণি অনুষ্ঠান

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ যাত্ৰা আৰম্ভ...

প্ৰসংগঃ জুবিন গাৰ্গ মৃত্যুৰ গোচৰ; ফাষ্টট্ৰেক আদালতত সাক্ষ্য দিলে প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ মাজতে...