গুৱাহাটীত বন্ধ হ’ব নেকি চিটী বাছৰ চলাচল?

৩১ অক্টোবৰৰ ভিতৰত চিটী বাছত ই-টিকটৰ ব্যৱস্থা। বন্ধ হ’ব ই-টিকটৰ ব্যৱস্থা নথকা চিটী বাছৰ চলাচল। ১ নৱেম্বৰৰ পৰা চিটী বাছৰ ই-টিকটৰ ব্যৱস্থা বাধ্যতামূলক। পৰিবহণ বিভাগে জাৰি কৰিলে নতুন নিৰ্দেশনা। সকলো বাছতে থাকিব লাগিব E-Ticketing মেচিন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত হিমস্খলনৰ ভয়ংকৰ তাণ্ডৱ! ৪ জনৰ মৃত্যু, সন্ধানহীন ১২জন

নেপালৰ উত্তৰ-মধ্যাঞ্চলৰ ৭,১২৬ মিটাৰ উচ্চতাৰ মাউণ্ট হিমলুংত ভয়ংকৰ হিমস্খলনত...

ৰেংকিঙৰ জোৰত এছিয়ান গেমছৰ ছেমিফাইনেলত ভাৰত

এটা বলো নোহোৱাকৈয়ে এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ...

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...