কলিয়াবৰত বনৰীয়া ম’হৰ আতংক

কলিয়াবৰত বনৰীয়া ম’হৰ আতংক। কলিয়াবৰ জমখলা গাঁৱত বিচৰণ এটা বনৰীয়া ম’হৰ। ম’হটোৰ বিচৰণক লৈ আতংকিত গঞা। কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহাৰ সন্দেহ ম’হটো। ম’হটোৰ এখন ঠেঙত স্পষ্ট আঘাতৰ চিন।

Popular

More like this
Related

টীয়কৰ কাকজানত পিষ্টল লৈ ছাত্ৰই চলালে তাণ্ডৱ

পুনৰ শিক্ষাৰ্থীৰ হাতত অস্ত্ৰ। টীয়কৰ কাকজানত পিষ্টল লৈ ছাত্ৰই...

ভাৰতক ২৫২ ৰানৰ টাৰ্গেট দিলে নিউজীলেণ্ডে

ভাৰতক ২৫২ ৰানৰ টাৰ্গেট দিলে নিউজীলেণ্ডে। কিৱি বাহিনীয়ে ৭...

ধেমাজিৰ জয়ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড

ধেমাজিৰ জয়ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড। পানবাৰী-কাঞ্চকোনাস্থিত বনাঞ্চলত এই অগ্নিকাণ্ড। জুই...

ছিকিমৰ পৰা মাৰাথন দৌৰেৰে অসমলৈ আহিছে এজন যুৱক

ছিকিমৰ পৰা মাৰাথন দৌৰেৰে অসমলৈ আহিছে এজন যুৱক। ছিকিমৰ...