ধেমাজিৰ জয়ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড

ধেমাজিৰ জয়ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড। পানবাৰী-কাঞ্চকোনাস্থিত বনাঞ্চলত এই অগ্নিকাণ্ড। জুই বিয়পি পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলটোত। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ নিৰ্বাপন হোৱা নাই জুই। আনফালে বনাঞ্চলত কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়াও ৰহস্যৰ আৱৰ্তত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...