৪টাকৈ কফ চিৰাপ ৰপ্তানি কৰা হৈছিল গেম্বিয়ালৈ

ভাৰতীয় কোম্পানীৰ কফ চিৰাপ সেৱন কৰি আফ্ৰিকাৰ গেম্বিয়াত ৬৬ শিশুৱে মৃত্যুক সাৱটি লোৱা ঘটনাক লৈ বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। হাৰিয়ানাস্থিত এটা ঔধষ কোম্পানীয়ে প্ৰস্তুত কৰা ৪টা কফ চিৰাপ ৰপ্তানি কৰা হৈছিল গেম্বিয়ালৈ। দেশখনৰ বিভিন্ন অঞ্চলৰ শিশু আৰু প্ৰাপ্তবয়স্ক লোকে এই ঔধষ গ্ৰহণ কৰাৰ পিছতে সংঘটিত হয় এই শোকাৱহ ঘটনা।

NKTV Digital
Author: NKTV Digital

223 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...