BIG BOSS 11ৰ প্ৰতিযোগী জুবেৰ খান এতিয়া ক’ত আছে?

BIG BOSS 11ৰ সেই প্ৰতিযোগীজনক মনত আছেনে? যিজনক ছলমান খানে গালি দিছিল। হয়, আমি জুবেৰ খানৰ কথা কৈছো। এই প্ৰতিবেদনৰ জৰিয়তে জানো আহকচোন বৰ্তমান কি কৰি আছে BIG BOSS 11ৰ প্ৰতিযোগী জুবেৰ খানে।

শেহতীয়াকৈ জুবেৰে এটা সাক্ষাৎকাৰ দিছিল। সেই সাক্ষাৎকাৰটোত জুবেৰে কয় যে BIG BOSSলৈ যোৱাটো তেওঁৰ জীৱনৰ সকলোতকৈ ভুল সিদ্ধান্ত আছিল। এই শ্ব’টোৰ পৰা তেওঁ কিবা পোৱাৰ পৰিৱৰ্তে হেৰুৱালেহে। জুবেৰে কয়, “BIG BOSS আৰু ছলমান খানে মোক একো কৰাৰ যোগ্য কৰি নথলে। মোক INDUSTRYৰ বন্ধুসকলেও একো কাম নিদিলে, মই প্ৰায় INDUSTRYৰ পৰা বাহিৰেই হৈ গৈছো। এই চিন্তাতে মোৰ মায়ে তিনিমাহ কোনো খাদ্য নাখালে আৰু তেওঁ পৃথিৱীৰ পৰা গুচি গ’ল।” জুবেৰে এতিয়া এখন সৰু হোটেল চলাই আছে আৰু তাৰ পৰাই ঘৰ চলাই আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...