কোন জিলাত কেতিয়া অনুষ্ঠিত হ’ব গুণোৎসৱ? জানি লওক সম্পূৰ্ণ সূচী

ৰাজ্যত তিনিটা পৰ্যায়ত পুনৰ অনুষ্ঠিত হ’ব গুণোৎসৱ ৷ অহা ১১ মে’ৰ ১৪ মে’লৈ ১১খন জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৷ প্ৰথম পৰ্যায়ত বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং, নগাঁও আৰু নলবাৰীত অনুষ্ঠিত হ’ব ৷ আনহাতে, ২৩ মে’ৰ পৰা ২৬ মে’লৈ দ্বিতীয় পৰ্যায়ত ১১খন জিলাত গুণোৎসৱ ৷

file photo

দ্বিতীয় পৰ্যায়ত বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাছাৰ, তিনিচুকীয়া আৰু ওদালগুৰিত হ’ব গুণোৎসৱ৷ ইফালে, অহা ১ জুনৰ পৰা ৪ জুনলৈ তৃতীয় পৰ্যায়ত ১১খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাছাও, যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...