কেনেকৈ মৃত্যু ঘটিল কাকৈজানা বনাঞ্চলৰ সোণালী বান্দৰৰ?

বিদ্যুৎস্পৃষ্ট হৈ সোণালী বান্দৰৰ মৃত্যু। বিদ্যুৎ পৰিবাহী তাঁৰ বগাওঁতেই মৃত্যু সোণালী বান্দৰটো। বঙাইগাঁৱৰ চিটকাগাঁৱত সংঘটিত হৈছে এই ঘটনা। কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল বান্দৰটো। মৃত সোণালী বান্দৰটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ বন বিভাগৰ। সঘনাই অঞ্চলটোত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত...

হৰিয়ানাৰ টেনিছ খেলুৱৈ ৰাধিকাক কিয় হত্যা কৰিলে পিতৃয়ে?

কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰাৰ কটাক্ষই দীপক যাদৱৰ আত্মসন্মানত...

ৰিজাৰ্ভ বেংকে ক’লে ‘অবৈধ নহয়’; ২০০০ টকীয়া নোট এতিয়াও আছে নেকি? তেন্তে কি কৰিব?

২০২৩ চনত ২০০০ টকীয়া নোট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা...

এইবাৰ ভাৰতীয় ৰে’লৱেৰ বাবে কাম কৰিব TATAই, চুক্তি স্বাক্ষৰিত

টাটা অটো-কম্প চিষ্টেমছ আৰু ইউৰোপৰ স্কোডা গ্ৰুপে এখন নতুন...