নিৰোগী স্বাস্থ্যৰ বাবে কি কি খায় আল্লু অৰ্জুনে?

আল্লু অৰ্জুনৰ দৰে সু-স্বাস্থ্যৰ অধিকাৰী হ’ব বিচাৰে নেকি?
৫টা সহজ ডায়েট টিপছ অনুসৰণ কৰিবলৈ চেষ্টা কৰক

দৈনিক খাদ্যৰ তালিকাত কণী অন্তৰ্ভুক্ত কৰক

দুপৰীয়াৰ আহাৰত গ্ৰীলড চিকেন অন্তৰ্ভুক্ত কৰক

আহাৰত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক

সতেজ মনৰ বাবে ফল-মূলৰ ৰস সেৱন কৰক

নিশা লঘু, আঁহযুক্ত আহাৰ গ্ৰহণ কৰক

Popular

More like this
Related

STFৰ জালত ২ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

গুৱাহাটী মহানগৰীত STFৰ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক অভিযান।...

তোৰে হৈ থাকিমে বুলি কৈ গুচি গ’ল বেলেগৰ সৈতে!

'…তোৰে হৈ থাকিমে কচম', এই গীতটিতেই মুখৰ ভাজ সলাই...

আইৰ মুখৰ ভাষাই স্বীকৃতি পাবনে? অসমীয়া লিপিয়ে ইউনিক’ডত স্বতন্ত্ৰ স্থান পাব কেতিয়া?

২০২৪ বৰ্ষত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ খবৰে...

টাইৱান চীনৰ অবিচ্ছেদ্য অংগ, কঠোৰ সকীয়নি চীনৰ

টাইৱানক সকীয়নি চীনৰ। কোনো পৰিস্থিতিতে কোনো শক্তিয়ে টাইৱান দখলৰ...