বাজেট দাখিলৰ পূৰ্বে নতুন অৰ্থনৈতিক উপদেষ্টা নিযুক্তি

সাধাৰণ বাজেটৰ পূৰ্বে দেশৰ নতুন অৰ্থনৈতিক উপদেষ্টা নিযুক্তি। ড০ ভেংকটাৰমণ অনন্ত নাগেশ্বৰমক কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা নিযুক্তি। শুকুৰবাৰে দেশৰ নতুন অৰ্থনৈতিক উপদেষ্টাৰূপে দায়িত্ব গ্ৰহণ কৰে নাগেশ্বৰমে। ১ ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব দেশৰ সাধাৰণ বাজেট। বাজেট দাখিলৰ পূৰ্বে দেশৰ নতুন অৰ্থনৈতিক উপদেষ্টা নিযুক্তি তাৎ‍পৰ্যপূৰ্ণ বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; ১২ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ...