১৫-১৮ বছৰৰ কিশোৰ–কিশোৰীক বাবে ভেকচিন, COWIN এপৰ জৰিয়তে কৰিব লাগিব নাম পঞ্জীয়ন

দেশজুৰি অব্যাহত আছে অমিক্ৰনৰ দ্ৰুত সংক্ৰমণ। ইখনৰ পিছত সিখন ৰাজ্যলৈ বিয়পিছে কৰ’নাৰ এই নতুন ভেৰিয়েণ্ট। সোমবাৰে এদিনতে দেশত ১৩৫ জন লোক অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হয়। ইয়াকে ধৰি দেশত অমিক্ৰন আক্ৰান্তৰ মুঠ লোকৰ সংখ্যাই ৬০০ৰ ঘৰ অতিক্ৰম কৰিলে।

ইপিনে অমিক্ৰন ভেৰিয়েণ্ট দেশৰ বিভিন্ন ৰাজ্যত বিয়পি পৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে কিশোৰ–কিশোৰীসকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ১৫ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ কিশোৰ–কিশোৰীক অহা ৩ জানুৱাৰীৰ পৰা ভাৰত বায়’টেকৰ ক’ভাক্সিন প্ৰদান কৰা হ’ব। ইয়াৰ বাবে COWIN এপৰ জৰিয়তে নাম পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...