ৰহাৰ সৰাগাঁৱত চাঞ্চল্যকৰ ঘটনা,পথাৰৰ পুখুৰীত উদ্ধাৰ ৰহা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক পৰাশমনি ডেকাৰ মৃতদেহ

পূজাৰ আনন্দৰ মাজতে ৰহাত চাঞ্চল্যকৰ ঘটনা। সৰাগাঁৱত পুখুৰীত উদ্ধাৰ ছাত্ৰ নেতাৰ মৃতদেহ। কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ আঞ্চলিকৰ সম্পাদকৰ মৃতদেহ উদ্ধাৰ। ১৮ অক্টোবৰৰ পৰা নিখোজ হৈ আছিল ছাত্ৰ নেতা পৰশমণি ডেকা। মঙলবাৰে পুৱা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।ঘটনাস্থলীত উপস্থিত আৰক্ষী, ফৰেনচিকৰ দল।এয়া হত্যাকাণ্ড নে দুৰ্ঘটনা, তদন্ত আৰম্ভ ৰহা আৰক্ষীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অতি সোনকালে মুছলমানৰ চহৰ হ’ব পেৰিছ’ — ট্ৰাম্পৰ মন্তব্যক লৈ বিতৰ্ক

ফ্ৰান্সত শেহতীয়াকৈ সৃষ্টি হোৱা প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ বাবে...

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পুনৰ সন্ধানহীন অসমৰ যুৱক

বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ সন্ধানহীন হৈ পৰিছে ডিব্ৰুগড় জিলাৰ...

পাৰমাণৱিক শক্তিৰ যুগলৈ বাংলাদেশ! ৰূপপুৰ প্ৰকল্পৰ প্ৰথম ৰিয়েক্টৰত আৰম্ভ স্বয়ংসম্পূৰ্ণ নিউক্লীয় বিক্ৰিয়া

প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বিদ্যুৎ উৎপাদনৰ দিশে বাংলাদেশৰ বৃহৎ পদক্ষেপ।...

দেৰগাঁৱত পিষ্টলসহ আটক ১৮ বছৰীয়া যুৱক

সোমবাৰে সন্ধিয়া দেৰগাঁৱত পিষ্টলসহ আটক ১৮ বছৰীয়া যুৱক। আটকাধীন...