মুখ্য বাতৰি

ভুৱন পাহাৰৰ শিৱ মন্দিৰত পূজা দিবলৈ গৈ প্ৰাণ গ’ল বিক্ৰমৰ

কেৱল ৰাজ্যই নহয়, দেশজুৰি শিৱৰাত্ৰিৰ আয়োজন কৰা হয়। দেশৰ লগতে নেপাল আৰু প্ৰবাসী হিন্দু লোকসকলে শিৱৰাত্ৰিৰ আয়োজন কৰে তাৰ মাজতে কাছাৰত অঘটন সংঘটিত হৈছে। ভুৱন পাহাৰৰ...

এইকেইটা ৰোগ নিৰাময়ত সহায় কৰে ভাতকেৰেলাই!

ভাতকেৰেলা এক চিনাকী নাম। আমাৰ খাদ্যাভ্যাসৰ সৈতে ভাতকেৰেলাৰ ব্যৱহাৰ পৰিচিত। সমগ্ৰ শৰীৰত ক্ষুদ্ৰ ক্ষুদ্ৰ কাঁইটসদৃশ গঠন থকা প্ৰায় গোলাকাৰ আকৃতিৰ এই পাচলিবিধ বহুতৰ বাবে...

শিৱসাগৰলৈ গ’লে এইকেইখন ঠাইলৈ যাবই লাগিব আপুনি

অসমৰ শিৱসাগৰ জিলা ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য, ভাস্কৰ্য,...

সম্পূৰ্ণৰূপে ইউক্ৰেইন দখলত নামিছে ৰুছ সেনা!

সম্পূৰ্ণৰূপে ইউক্ৰেইন দখলত নামিছে ৰুছ সেনাসাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণকিয়েভত আকাশমাৰ্গেৰে বোমা নিক্ষেপ ৰাছিয়াৰমিছাইলেৰে আক্ৰমণ কৰিছে আবাসিক এলেকাতখাৰকিভত প্ৰশাসনিক কাৰ্যালয়ত মিছাইল নিক্ষেপখাৰকিভৰ প্ৰশাসনিক কাৰ্যালয়,...

ফেব্ৰুৱাৰীত APDCLৰ ৰাজহ সংগ্ৰহ ১০৪%লৈ বৃদ্ধি!

APDCLৰ ৰাজহ সংগ্ৰহৰ হাৰ বহুগুণে বৃদ্ধিচলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ৰাজহ সংগ্ৰহ ১০৪%লৈ বৃদ্ধিফেব্ৰুৱাৰীত APDCLএ সংগ্ৰহ কৰে ৪৬২.৪৭ কোটি টকা১০০% ৰাজহ সংগ্ৰহ দক্ষতা প্ৰদৰ্শনৰ বাবে APDCLক...

Popular