মহানগৰীৰ ক’ত জব্দ হ’ল কোটি টকাৰ সোণৰ বিস্কুট?

  • মহানগৰীৰ ISBTৰ সমীপত জব্দ কোটি টকাৰ সোণৰ বিস্কুট
  • গ্ৰেপ্তাৰ যুৱৰাজ অধিকাৰী নামৰ এটা সৰবৰাহকাৰী
  • ধৃত যুৱৰাজৰ ঘৰ দাৰ্জিলিঙত
  • বাছযোগে শিলিগুৰিলৈ সৰবৰাহৰ চেষ্টা কৰিছিল
  • শিলিগুৰিৰ পৰা নেপাললৈ নিয়াৰ চেষ্টা চলাইছিল
  • পেণ্টৰ বেল্টত লুকুৱাই আনিছিল ১০খনকৈ সোণৰ বিস্কুট
  • জব্দকৃত সোণখিনিৰ ওজন ১.৭০০ কিলোগ্ৰাম
  • গড়চুক আৰক্ষীয়ে চলাইছিল অভিযান
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...