শোৱাপাটীত উদ্ধাৰ যান-বাহন আৰক্ষীৰ মৃতদেহ!

0 34
  • মহানগৰীৰ ভঙাগড় থানাত চাঞ্চল্যকৰ ঘটনা
  • শোৱাপাটীতে উদ্ধাৰ যান-বাহন আৰক্ষীৰ মৃতদেহ
  • যান-বাহন আৰক্ষীজন বিপ্লৱ সিনহা
  • বৃহস্পতিবাৰে কৰ্তব্য সম্পন্ন কৰি শুই পৰিছিল বিপ্লৱ
  • শুকুৰবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ হয় বিপ্লৱক
  • এটি ৮ বছৰীয়া কণমানিৰ পিতৃৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই
  • মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ওলাব মৃত্যুৰ আঁৰৰ ৰহস্য
Leave A Reply

Your email address will not be published.