উত্তৰ প্ৰদেশত বিফল হ’ল আছাদউদ্দিন ওৱেছিৰ AIMIM

হায়দৰাবাদস্থিত ৰাজনৈতিক দল AIMIM-এ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ১০০ খন আসনৰ ভিতৰত ৯৯ খন আসন হেৰুৱাইছে। যদিও ২০১৭ চনৰ তুলনাত উত্তৰ প্ৰদেশত কিছু ভোট সংগ্ৰহ কৰিছে।

ইপিনে, আছাদউদ্দিন ওৱেছিৰ নেতৃত্বত দলটোৱে বিশেষকৈ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলত কৰাত ভবা ধৰণে ভোট পাবলৈ সক্ষম নহল। লক্ষণীয় যে, AIMIM-এ বেছিভাগ প্ৰাৰ্থীক মুছলমান জনসংখ্যা বেছি থকা সমষ্টিবোৰত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...