মুখ্য বাতৰি

জৰুৰী নহ’লে মেঘালয়লৈ নাযাব! মেঘালয় প্রশাসনৰ সতৰ্কবাণী

মেঘালয়ত প্ৰবল বৰষুণৰ আগজাননীবতৰ বিজ্ঞান কেন্দ্রই জাৰি কৰিছে এই সতৰ্কবাণীসম্ভাব্য বৰষুণৰ বাবে বিশেষ সতৰ্কতা মেঘালয় প্রশাসনৰজৰুৰী নহ’লে মেঘালয়লৈ নাযাবলৈ আহ্বান প্রশাসনৰপূব জয়ন্তীয়া হিলছৰ উপায়ুক্তই...

সকলোৰে সন্মুখতে বিজেপিৰ মন্ত্ৰীয়ে চৰিয়ালে মহিলাক!

সকলোৰে সন্মুখতে এগৰাকী মহিলাক চৰিয়ালে মন্ত্ৰীয়ে। ভূমি বিবাদক লৈ কৰ্ণাটকৰ মন্ত্ৰী ভি সোমন্নাই প্ৰহাৰ কৰিলে এগৰাকী মহিলাক। ঘটনা চমাৰাজনগৰ জিলাৰ গুণ্ডলুপেটৰ হাংগালা গাঁৱৰ। ভূমি...

অজস্ৰ গুণমুগ্ধৰ বশিষ্ঠ দেৱ শৰ্মাক শেষ বিদায়, আজি সম্পন্ন হ’ব শেষকৃত্য

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ আজি সম্পন্ন হ’ব শেষকৃত্য। সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবহকগৰাকীৰ মৃত্যুত শোকবিহ্বল আজিও ৰাজ্যবাসী। শংকৰদেৱ বঁটাপ্ৰাপক বশিষ্ঠ দেৱ শৰ্মাৰ...

দীপাৱলীত বিধি-পথালি দিবলৈ সাজু বৰুণ দেৱতা

পোহৰৰ উৎসৱ দীপাৱলীলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী। ৰং, বিৰঙী আলোক সজ্জা, মাটিৰ চাকি, ফটকা–আটচবাজী ক্ৰয় কৰিবলৈ বজাৰত ভীৰ গ্ৰাহকৰ। দুটা বছৰৰ ক’ভিড পৰিস্থিতিৰ...

চন্দ্ৰযান-২ৰ পিছত এইবাৰ চন্দ্ৰযান-৩

চন্দ্ৰযান-২ৰ আংশিক বিপৰ্যয়ৰ পিছত এইবাৰ চন্দ্ৰযান-৩ অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’। অহা বছৰৰ জুনত ইছৰ’ৱে উৎক্ষেপণ কৰিব চন্দ্ৰযান-৩। দেওবাৰে এই...

Popular