মুখ্য বাতৰি

IITৰ প্ৰৱেশিকা পৰীক্ষাত অসমৰ ছাত্ৰৰ সাফল্য, পদাৰ্থ বিজ্ঞানত দেশৰ ভিতৰতেই ৯৬সংখ্যক স্থান দখল স্বপনৰ

পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত উজলি উঠিল অসম সন্তান ৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ IITৰ প্ৰৱেশিকা (JAM) পৰীক্ষাত ডুমডুমাৰ ৰূপাই চাইডিঙৰ স্বপন লিম্বুৱে সফলতা লাভ...

ৰঙা পিঁয়াজৰ এইকেইটা গুণ জানিলে আপুনিও হ’ব আচৰিত!

পিঁয়াজক বিভিন্ন ৰোগৰ প্রতিৰোধক হিচাপে ব্যৱহাৰ কৰা হয়। পিঁয়াজ কেন্সাৰ ৰোগৰ প্রতিষেধক। ই হৃদযন্ত্ৰ শক্তিশালী কৰে। তাৰোপৰি পিঁয়াজে ৰক্তহীনতা দূৰ কৰাত অনবদ্য ভূমিকা গ্ৰহণ...

এসময়ৰ কেন্দ্ৰীয় মন্ত্ৰী, আজি UBER চালক!

কাবুল তালিবানৰ হাতত পৰাৰ কেইদিনমান পূৰ্বে বিত্তমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা খালিদ পায়েণ্ডাই এতিয়া তেওঁৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে ৱাশ্বিংটন ডিচিত উবেৰ চলাবলগীয়া হৈছে। দ্য...

২৪ মাৰ্চৰ পৰা বৰদলৈ ট্ৰফী, অসমৰ এইকেইখন ঠাইত হ’ব খেল…

২৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব বৰদলৈ ট্ৰফী। ১৬টা দলে অংশগ্ৰহণ কৰিব এইবাৰৰ বৰদলৈ ট্ৰফীত। গুৱাহাটী জজ খেলপথাৰত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান। গুৱাহাটী টাউন ক্লাব...

আজি বিশ্ব সুখী দিৱস, সুখী দেশৰ তালিকাত শেষৰ পৰা ১০ নম্বৰ স্থানত ভাৰত

বিশ্বৰ সুখী দেশৰ তালিকাত শেষত ভাৰত। সুখী দেশৰ তালিকাত শেষৰ পৰা ১০ নম্বৰ স্থানত ভাৰত। ১৪৬ খন দেশক সামৰি যুগুত কৰা হৈছিল এক প্ৰতিবেদন।...

Popular