মুখ্য বাতৰি

হৃদয়বিদাৰক! দুৰ্ঘটনাত মৃত্যু ৮জনকৈ লোকৰ

উত্তৰাখণ্ডত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। য'ত এখন জীপ ৫০০ মিটাৰ দ খাৱৈত পৰে। এই পথ দুৰ্ঘটনাত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হৈছে।...

আজমলে নাজানে চেলেঙৰ গৰিমা!

এইবাৰ চেলেং দলিয়াই অসমীয়াৰ স্বাভিমানক চৰম আঘাত বদৰুদ্দিন আজমলৰ। আজমলৰ কাণ্ডত জাঙুৰ খাই উঠিছে দল-সংগঠন, অসমীয়া সমাজ। সংখ্যালঘুৰ মন জয় কৰিবলৈকে এই কাণ্ড বুলি...

ছিপাঝাৰৰ বানেকুছিৰ কিশোৰ কলিতাৰ ঘৰত চাঞ্চল্য

চৰকাৰী শৌচাগাৰৰ টেংকিত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই ছিপাঝাৰৰ বানেকুছিত মংগলবাৰে নিশাই সৃষ্টি হোৱা চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। নিশাই মৃতদেহটো উদ্ধাৰ কৰি বুধবাৰে...

PRP ভেলী ৰিজ’ৰ্টত বন বিভাগৰ তলা

ৰাজ্যৰ বনাঞ্চল আৰু বন্যপ্ৰাণীক সুৰক্ষা দি আৰু পৰিৱেশৰ সন্তুলন বজাই ৰখাটোৱেই চৰকাৰৰ বন বিভাগৰ মূল উদ্দেশ্য আৰু দায়িত্ব। কিন্তু এই দায়িত্বৰ কথা বাৰে বাৰে...

ভাৰত-নিউজীলেণ্ডৰ ছেমি ফাইনেলত ৱাংখেড়ে সাক্ষী হ’ল ‘বিৰাট’-ৰাজৰ

তেওঁ আহিলে, তেওঁ খেলিলে, তেওঁ জয়ী কৰিলেগঢ়িলে অভিলেখ, জিনিলে অজস্ৰ ক্ৰিকেটপ্ৰেমীৰ হৃদয়ভাৰত বনাম নিউজীলেণ্ডৰ ছেমি ফাইনেলত ৱাংখেড়ে সাক্ষী হ’ল ‘বিৰাট’-ৰাজৰএদিনীয়াত শতকৰ অৰ্ধশতক সম্পন্ন বিৰাট...

Popular