চাকৰিৰ পৰা নিলম্বন হ’ল ACTAৰ সভাপতি ড০ জয়ন্ত বৰুৱা

চাকৰিৰ পৰা নিলম্বন হ’ল ACTAৰ সভাপতি ড০ জয়ন্ত বৰুৱা। অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি ড০ জয়ন্ত বৰুৱা। নিলম্বন কৰে উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক পমী বৰুৱাই। অকতৃত্বশীলভাৱে টিউটৰ নিয়োগৰ পৰিনাম। ড০ বৰুৱা জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা কলেজৰ অধ্যাপক। ACTAৰ GS হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তে নিয়োগ কৰিছিল টিউটৰ। RTIৰ আবেদনত এই তথ্য পোহৰলৈ অহাৰ পাছতে ড০ বৰুৱাক নিলম্বন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...