পুনৰ মোবাইলে মোবাইলে ভাইৰেল হ’ল প্ৰশ্নকাকত

পুনৰ মোবাইলে মোবাইলে ভাইৰেল প্ৰশ্নকাকত। হাইলাকান্দিত উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকত ফাদিল। ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ঘটনা। হোৱাটছএপ গ্ৰুপত ভাইৰেল হ’ল বেংগলী বিষয়ৰ প্ৰশ্নকাকত।পৰীক্ষা আৰম্ভ হোৱাৰ ৪০ মিনিটৰ ভিতৰতে ভাইৰেল প্ৰশ্নকাকত। ঘটনা সন্দৰ্ভত এজন ছাত্ৰক আটক কৰিছে হাইলাকান্দি আৰক্ষীয়ে। ছাত্ৰজনৰ পৰা উদ্ধাৰ কৰা হৈছে এটা মোবাইল ফোন। হোৱাটছএপ গ্ৰুপটোত আছে মুঠ ১০ গৰাকী লোক। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে হাইলাকান্দি আৰক্ষীৰ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক তৎপৰতা বৃদ্ধি

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাই সামৰিক উপস্থিতি বৃদ্ধি কৰিছে।...

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান

ছমৰীয়াত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। নতুন কাঠমি, বগুৰিগুৰীত...

বৰপেটা জিলা কাৰাগাৰত কয়দী আৰু জে’ল কৰ্তৃপক্ষৰ মাজত ভয়ংকৰ সংঘাত

কাৰাগাৰৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম! বৰপেটা জিলা...

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত উৎকোচ লোৱাৰ অভিযোগত বৰ্খাস্ত GMCHৰ সহকাৰী অধ্যাপক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) ফৰেনচিক মেডিচিন বিভাগৰ...