মুখ্য বাতৰি

এইবাৰ কাঠগৰাত মৰাণ ছাত্ৰ সন্থা

এইবাৰ কাঠগৰাত মৰাণ ছাত্ৰ সন্থা। মৰাণ ছাত্ৰ সন্থাৰ একাংশ বিষয়ববীয়াৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। গৰু ব্যৱসায়ীক মৰাণ ছাত্ৰ সন্থাৰ একাংশ সদস্যই ধনদাবী কৰাৰ...

বিপদঘন্টা বাজিছে ৰাজপত্ৰিত বিষয়াৰ

ৰাজপত্ৰিত বিষয়াৰ বিপদঘন্টা বাজিছে। বক্ৰ পথেৰে চাকিৰ লোৱাসকলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হৈছে। একাংশ এ পি এছ, এ চি এছ বিষয়াৰ পেটলৈ এতিয়া ভাত যোৱা...

বিশ্বকাপ ফুটবলক লৈ দক্ষিণ আমেৰিকাত দেশে দেশে সংঘাত

ফুটবল পাগল দক্ষিণ আমেৰিকায’ত ফুটবল হৈছে এক জীৱনশৈলীবিশ্বকাপ ফুটবলক লৈ দক্ষিণ আমেৰিকাত দেশে দেশে সংঘাত৪খন দেশৰ মাজত দুখন খেল পৰিণত হ’ল ৰণক্ষেত্রলৈএখন দেশৰ দলটোকে...

কোনে ল’ব দ্রাৱিড়ৰ স্থানত টীম ইণ্ডিয়াৰ প্রশিক্ষণৰ দায়িত্ব?

টীম ইণ্ডিয়াৰ প্রশিক্ষক পদৰ পৰা ৰাহুল দ্ৰাৱিড়ৰ বিদায়!ক’চ হিচাপে বিশ্বকাপৰ ফাইনেলে আছিল তেওঁৰ অন্তিম খেলবিশ্বকাপলৈ টীম ইণ্ডিয়াৰ প্রশিক্ষক হিচাপে আছিল দ্রাৱিড়ৰ চুক্তিসেই পদবী অব্যাহত...

গোৱাৰ চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামাত ‘বৰুৱাৰ সংসাৰ’

গোৱাত অনুষ্ঠিত ৫৪তম আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ, ইণ্ডিয়ান পেনোৰামা শাখাত ২২ নৱেম্বৰ তাৰিখে 'বৰুৱাৰ সংসাৰ' নামৰ তথ্যচিত্ৰখনৰ বিশ্ব প্ৰীমিয়াৰ হয়। উল্লেখযোগ্য যে বিশিষ্ট সংগীত পৰিচালক...

Popular