মুখ্য বাতৰি

পুনৰ অনিশ্চয়তাত ওলমি ৰ’ল সুৰংগত আবদ্ধ শ্ৰমিকৰ জীৱন

উত্তৰাখণ্ডৰ সুৰংগত আবদ্ধক উদ্ধাৰৰ বাবে চলোৱা অভিযান ব্যাহততেওঁলোকক উদ্ধাৰৰ বাবে চেষ্টা চলোৱা আমেৰিকান ড্ৰিলিং মেচিনো চূৰ্ণ-বিচূৰ্ণসুৰংগলৈ কেইমিটাৰমান থকা অৱস্থাত ভাঙি গ’ল AUGUR নামৰ বিশেষ...

সংগীত খনিকৰ পুৰুষোত্তম দাসক স্মৰণ, আমগুৰিত বৰ্ণাঢ্য অনুষ্ঠান

সংগীত খনিকৰ পুৰুষোত্তম দাস স্মৃতি ৰক্ষা সমিতি, গুৱাহাটী, শিৱসাগৰ জিলাৰ আমগুৰি পূবেৰুণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সংগীত খনিকৰ পুৰুষোত্তম...

‘মীৰাবাঈ’ হেমাৰ নৃত্যত মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী মোদী

৭৫ বয়সতো ‘ড্ৰিমগাৰ্ল’ৰ চমক‘মীৰাবাঈ’ হেমাৰ নৃত্যত মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী মোদী কৃষ্ণ বন্দনাৰে মুখৰ মথুৰা। তাতে বলীউডৰ একালৰ ড্ৰমগাৰ্ল হেমা মালিনীৰ নৃত্য। এখন নৃত্যালক্ষ্যত মীৰাবাঈৰ চৰিত্ৰত মথুৰাৰ...

অগ্নিগৰ্ভা আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনৰ পৰিস্থিতি

অগ্নিগৰ্ভা আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনৰ পৰিস্থিতিআৰক্ষীৰ গাড়ী-বাছ-ট্ৰাম জ্বলাই দিলে ক্ষুব্ধ জনতাইবহু প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী লুণ্ঠন উন্মত্ত লোকৰ৩টি শিশুসহ দুগৰাকী মহিলাক ছুৰিকাঘাতৰ পিছতে জ্বলি উঠিল ডাবলিনপ্ৰব্ৰজনকাৰীয়ে...

আত্মসহায়ক গোটৰ পৰিৱৰ্তনশীল ভূমিকাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিবে

দুদিনীয়া অসম ভ্ৰমণত অসমৰ মহিলা আত্মসহায়ক গোটৰ পৰিৱৰ্তনশীল ভূমিকাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিব হৰি ৰঞ্জন ৰাৱে ভূয়সী প্ৰশংসা কৰিলে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমৰ...

Popular