মণিপুৰত বোমা বিস্ফোৰণ

  • মণিপুৰত বোমা বিস্ফোৰণ
  • মণিপুৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সংঘটিত বোমা বিস্ফোৰণ ঘটনা
  • বিস্ফোৰণত নিহত এজন ছাত্ৰ
  • গুৰুতৰভাৱে আহত আন এজন ছাত্ৰ
  • বুধবাৰে অপহৃত ছাত্ৰ সংগঠনটোৰ সভাপতি
  • বৰ্তমানো সন্ধান নাই ছাত্ৰ নেতাজনৰ
  • ইম্ফলৰ DM বিশ্ববিদ্যালয়ৰ চৌহদত আছিল AMSU কাৰ্যালয়
  • বিস্ফোৰণত জ্বলি উঠে কাৰ্যালয়টো
  • এই ঘটনাক লৈ পুনৰ উত্তেজনা
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক তৎপৰতা বৃদ্ধি

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাই সামৰিক উপস্থিতি বৃদ্ধি কৰিছে।...

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান

ছমৰীয়াত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। নতুন কাঠমি, বগুৰিগুৰীত...

বৰপেটা জিলা কাৰাগাৰত কয়দী আৰু জে’ল কৰ্তৃপক্ষৰ মাজত ভয়ংকৰ সংঘাত

কাৰাগাৰৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম! বৰপেটা জিলা...

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত উৎকোচ লোৱাৰ অভিযোগত বৰ্খাস্ত GMCHৰ সহকাৰী অধ্যাপক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) ফৰেনচিক মেডিচিন বিভাগৰ...