মুখ্য বাতৰি

এদিনীয়া ভ্ৰমণসূচীৰে নেপালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এদিনীয়া ভ্ৰমণসূচীৰে নেপালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ আমন্ত্ৰণ ৰক্ষা কৰি বুদ্ধ পূৰ্ণিমাৰ দিনা প্ৰধানমন্ত্ৰীজনে ভ্ৰমণ কৰিব লুম্বিনীৰ মায়াদেৱী মন্দিৰ। এই...

ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে নেকি ৰুছ ৰাষ্ট্ৰপতি

ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে নেকি ভ্লাডিমিৰ পুটিন? সম্প্ৰতি এনে এক চাঞ্চল্যকৰ বাতৰি বিয়পি পৰিছে বিশ্বৰ চৌপাশে। ইয়াৰ পূৰ্বেই পুটিন কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ...

ক’ভিডৰ কবলত উত্তৰ কোৰিয়া

পুনৰ ক'ভিডৰ ভয়াবহ ৰূপ। ক'ভিডে ভয়াৱহ ৰূপ লৈছে উত্তৰ কোৰিয়াত। তিনিদিনত অতিক্ৰম কৰিলে লাখৰ ঘৰ। ১২ মে'ত দেশখনত প্ৰথমটো ক'ভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল আৰু...

আৱিৰ্ভাৱ ঘটিছে দ্বিতীয় আলিয়া ভাটৰ

দেখাত সাইলাখ আলিয়া ভাট! প্ৰায় একেই ৰূপ, একেই সৌন্দৰ্য। শেহতীয়াকৈ ইণ্টাৰনেটত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই যুৱতী গৰাকী। আলিয়া ভাটৰ দৰে দেখাত সাইলাখ এই...

পূৰ্বোত্তৰত কমিছে উগ্ৰপন্থাৰ চোক

অসমত শেহতীয়াভাৱে যুৱক-যুৱতীৰ আলফামুখী সোঁত বৃদ্ধি পালেও সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চলত কমি আহিছে উগ্ৰপন্থাৰ চোক। এই দাবী খোদ ভাৰত চৰকাৰৰ গৃহ বিভাগৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ শেহতীয়া...

Popular