ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে নেকি ৰুছ ৰাষ্ট্ৰপতি

ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে নেকি ভ্লাডিমিৰ পুটিন? সম্প্ৰতি এনে এক চাঞ্চল্যকৰ বাতৰি বিয়পি পৰিছে বিশ্বৰ চৌপাশে। ইয়াৰ পূৰ্বেই পুটিন কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ লগতে তেওঁৰ অস্ত্ৰোপচাৰ হ’ব বুলি বাতৰি প্ৰকাশ পাইছিল যদিও ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ কথাতো নতুনকৈ প্ৰকাশ পাইছে। মস্কো মহলৰ ঘনিষ্ঠ সূত্ৰৰ পৰাই বিয়পি পৰিছে এই সংবাদ। আনহাতে উক্ত সূত্ৰৰ উদ্ধৃতিৰে সংবাদটো পৰিৱেশন কৰিছে মাৰ্কিন সংবাদমাধ্যমে। একেটা সূত্ৰই আৰু প্ৰকাশ কৰা মতে পুটিনৰ অসুস্থতাই ইতিমধ্যে অতি গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ইফালে ইউক্ৰেইনৰ এজন শীৰ্ষ সামৰিক বিষয়াৰ দাবী– ৰুছিয়াত অচিৰেই এক অভ্যুত্থান ঘটিব আৰু পুটিন ক্ষমতাচ্যুত হ’ব

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...