আৱিৰ্ভাৱ ঘটিছে দ্বিতীয় আলিয়া ভাটৰ

দেখাত সাইলাখ আলিয়া ভাট! প্ৰায় একেই ৰূপ, একেই সৌন্দৰ্য। শেহতীয়াকৈ ইণ্টাৰনেটত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই যুৱতী গৰাকী। আলিয়া ভাটৰ দৰে দেখাত সাইলাখ এই যুৱতী গৰাকী অসমৰ চেলেষ্টী বৈৰাগী বুলি জানিবলৈ পৰা গৈছে।

This image has an empty alt attribute; its file name is WhatsApp-Image-2022-05-15-at-1.51.48-PM-4-863x1024.jpeg

ইতিমধ্যে, বলিউডৰ অভিনেত্ৰী আলিয়া ভাটৰ দৰে দেখাত একে হোৱাৰ বাবে ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে চেলেষ্টী বৈৰাগী।

This image has an empty alt attribute; its file name is WhatsApp-Image-2022-05-15-at-1.51.48-PM-1-888x1024.jpeg

চেলেষ্টী বৈৰাগীক বহুতে এতিয়া দ্বিতীয় আলিয়া ভাট বুলি অভিহিত কৰিছে। কেৱল ইনষ্টাগ্ৰামতে নহয়, চেলেষ্টী বৈৰাগীক ইউটিউবত Vlog আৰু চুটি ছবি কৰাও দেখা যায়।

This image has an empty alt attribute; its file name is WhatsApp-Image-2022-05-15-at-1.51.48-PM-2-874x1024.jpeg

আৰু আলিয়া ভাটৰ সৈতে সাদৃশ্য থকা এই যুৱতী গৰাকীৰ ইনষ্টাগ্ৰামত ৩ লাখৰো অধিক অনুৰাগী আছে। উল্লেখ্য যে, চেলেষ্টী বৈৰাগীয়ে গঙ্গুবাই কাঠিয়াৱাড়ীৰ ফিল্মী গেট আপত অভিনয় কৰি ইনষ্টাগ্ৰামত ৰিল পোষ্ট কৰাৰ পিছতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...